অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

ডিব্ৰুগড়ৰ পাছত এইবাৰ শিলচৰ NITত চাঞ্চল্যকৰ ঘটনা

ডিব্ৰুগড়ৰ পাছত এইবাৰ শিলচৰ NITত চাঞ্চল্যকৰ ঘটনা। NITৰ কেম্পাচৰ ভিতৰত জ্যেষ্ঠ শিক্ষাৰ্থীৰ দলবদ্ধ আক্ৰমণ। আক্ৰমণত গুৰুতৰভাৱে আহত সিন্ধান্ত পৈথ্য নামৰ ছাত্ৰজন।

ডিব্ৰুগড়ৰ পাছত এইবাৰ শিলচৰ NITত চাঞ্চল্যকৰ ঘটনা। NITৰ কেম্পাচৰ ভিতৰত জ্যেষ্ঠ শিক্ষাৰ্থীৰ দলবদ্ধ আক্ৰমণ। আক্ৰমণত গুৰুতৰভাৱে আহত সিন্ধান্ত পৈথ্য নামৰ ছাত্ৰজন।

NITৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ আছিল সিন্ধান্ত পৈথ্য। সংকটজনক অৱস্থাত SMCHত ভৰ্তি কনিষ্ঠ ছাত্ৰজনক। ১৮জন জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু অভিভাৱকৰ উল্লেখ্য যে কাঁচৰ বটল, হকী ষ্টীক, ৰডেৰে উপৰ্যুপৰি প্রহাৰ কৰা বুলি অভিযোগ কৰে ছাত্ৰজনে। দলবদ্ধ আক্ৰমণত মূৰ, ডিঙি, বুকু আৰু পিঠিত গুৰুতৰ আঘায় পায় ছাত্ৰজনে।

ঘটনাস্থলীত NITৰ কেইবাগৰাকী শিক্ষক উপস্থিত হৈ ছাত্ৰজনক উদ্ধাৰ কৰাৰ লগতে শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায়।

ঘটনাৰ উচিত তদন্ত বিচাৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান ছাত্ৰজনৰ। অভিযুক্তসকলক উচিত শাস্তি প্ৰদানৰ আহ্বান জনায় অসুস্থ ছাত্ৰজনৰ অভিভাৱকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button