অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিকদৈনিক বাতৰি

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত! মৰিগাঁওত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন ৩৯০ গ্ৰাম  ইয়াৰ মূল্য ৩ কোটি বুলি আৰক্ষীয়ে জানিব দিয়ে ।

মৰিগাঁও আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান।

লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীয়ে যুটীয়া অভিযান চলাই লাহৰীঘাটৰ দাঁতিয়ালবৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।

আৰক্ষীয়ে অভিযানত নগাঁও হাটপাৰাৰ জেহিৰুল ইছলাম আৰু নগাঁও বৰতল কচাৰিগাঁৱৰ অনিৰুল ইছলাম, চেলিমা খাতুন নামৰ লোক কেইজনক আটক কৰে।

ড্ৰাগছখিনিৰ ব্যক্তি কেইজনে AS02CC0989 নম্বৰ টাটা মোবাইল গাড়ীৰে কঢ়িয়াই আনোতে আৰক্ষীয়ে হাতেলোটে জব্দ কৰে।

আৰক্ষীয়ে ২৮টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে । জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন ৩৯০ গ্ৰাম  ইয়াৰ মূল্য ৩ কোটি বুলি আৰক্ষীয়ে জানিব দিয়ে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.