Social Networkভাৰতমনোৰঞ্জন

ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰা কিলি প’ললৈ সন্মান, ভাৰতীয় উচ্চায়ুক্তই প্ৰদান কৰিলে এই সন্মান…

মুহুৰ্ততে ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ লগতে কোটি-কোটি ভাৰতীয়ৰ হৃদয় জিনিবলৈ সক্ষম হোৱা কিলি প'লক সন্মান জনায় ভাৰতীয় উচ্চ আয়ুক্তই

কিলি প’ল-তান্জানিয়াৰ যুৱক কিলি প’ল ভাৰতীয়ৰ বাবে অচিনাকী নহয়। বলিউডৰ গীতৰ তালে-তালে নৃত্য কৰি সকলোৰে মন মুহিবলৈ সক্ষম হোৱা তান্জানিয়াৰ যুৱকজনৰ ভিডিঅ’ চাই আমি বহুতেই আমোদ লওঁ।

 

 

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কিলি প’লে ভাৰতীয় চিনেমাৰ বহু গীতত অভিনয় কৰাৰ লগতে নৃত্য প্ৰদৰ্শন কৰাও দেখা যায়। মুহুৰ্ততে ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ লগতে কোটি-কোটি ভাৰতীয়ৰ হৃদয় জিনিবলৈ সক্ষম হোৱা কিলি প’লক সন্মান জনায় ভাৰতীয় উচ্চ আয়ুক্তই।

ইনষ্টাগ্ৰামত ২ মিলিয়নতকৈ অধিক অনুৰাগী থকা কিলি প’লক তান্জানিয়াত এই সন্মান দিয়ে উচ্চ আয়ুক্তগৰাকীয়ে।
উল্লেখ্য যে, নিজেই সুন্দৰ অভিনয় কৰাৰ লগতে কিলিৰ ভগ্নী নীমাইও কেতিয়াবা ভুমুকি মাৰে নৃত্যৰ ভিডিঅ’ত। পৰম্পৰাগত পোছাক পিন্ধি কিলি প’লে কৰা নৃত্য সকলোৰে বাবে প্ৰিয়।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.