শ্ৰেণীবিহীন

কাইলৈ ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল, পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা…

মিজোৰামত ভোটগণনা এদিন পিছুৱালে আয়োগে

কাইলৈ ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল

পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা

ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পন্ন নিৰ্বাচন আয়োগৰ

ৰাজস্থান, মধ্যপ্ৰদেশ বিধানসভাৰ ভোটগণনা

ভোটগণনা ছত্তীশগড় আৰু তেলেংগানাৰ

মিজোৰামত ভোটগণনা এদিন পিছুৱালে আয়োগে

সোমবাৰেহে মিজোৰাম বিধানসভাৰ ভোটগণনা

কাইলৈ বিয়লি ভাগলৈ ফলাফল পোহৰলৈ অহাৰ সম্ভাৱনা

লোকসভা নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেলৰ ফলাফলক লৈ উৎসুক দেশবাসী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.