অপৰাধঅসমদৈনিক বাতৰি

কালিকা লগা শৰাইঘাট দলং

শৰাইঘাট দলঙত পুনৰ ঘটিল অঘটন

কালিকা লগা শৰাইঘাট দলং।

  শৰাইঘাট দলঙত পুনৰ ঘটিল অঘটন। সোমবাৰে নিশা ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট দলঙৰ পৰা এজন যুৱকে জপিয়াই আত্মহত্যাৰ চেষ্টা কৰে। যুৱকজন বৰপেটাৰ মৃগেন দাস বুলি জানিব পৰা গৈছে।

   সেনা বাহিনীৰ জোৱানে এজন যুৱক ব্ৰহ্মপুত্ৰৰ পানীত উটি গৈ থকা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই যুৱকজনক উদ্ধাৰ কৰে আৰু পৰৱৰ্তী সময়ত আমিনগাঁও আৰক্ষীৰ হাতত গটাই দিয়ে।

   পাৰিবাৰিক কন্দলৰ বাবেই যুৱকজনে আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে। বৰ্তমান মৃগেন দাস সম্পুৰ্ণ সুস্থ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.