আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

আফগানিস্তানত সমাপ্ত হ’ল আমেৰিকাৰ ২০ বছৰীয়া শাসন

আফগানিস্তানৰ পৰা স্বদেশলৈ উভটি গ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ দল

আফগানিস্তানত সমাপ্ত হ’ল আমেৰিকাৰ ২০ বছৰীয়া সামৰিক শাসন। সন্ত্ৰাস জৰ্জৰ আফগানিস্তানৰ পৰা মঙলবাৰে প্ৰস্থান কৰিলে মাৰ্কিন সৈন্যৰ অন্তিমটো দলে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয় যে, ‘আফগানিস্তানত আমাৰ ২০ বছৰীয়া সামৰিক শাসনৰ অন্ত পৰিল’। কোনো মাৰ্কিন সেনাৰ ক্ষতি নোহোৱাকৈ ৩১ আগষ্টৰ পুৱাই আফগানিস্তান এৰি স্বদেশলৈ উভটি অহা সেনাসকলক ধন্যবাদ জ্ঞাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.