অসমগুৱাহাটীদৈনিক বাতৰি

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন, জব্দ ৫৭ লাখ ৫০ হাজাৰ টকা

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন, জব্দ ৫৭ লাখ ৫০ হাজাৰ টকা

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন

জব্দ ৫৭ লাখ ৫০ হাজাৰ টকা

GRPৰ অভিযানত জব্দ বিশাল পৰিমাণৰ ধন

ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ টকাখিনি

ডিব্ৰুগড়ৰ পৰা আহিছিল দুই সৰবৰাহকাৰী

দুই সৰবৰাহকাৰীক আটক আৰক্ষীৰ

হৃষিকেশ খান, তালৱীছ খানক আটক আৰক্ষীৰ

OC প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলিছিল অভিযান

লোক দুজন ঝাৰখণ্ড আৰু ৰাজস্থানৰ

ডিব্ৰুগড়ৰ পৰা বিহাৰ যাবলৈ উঠিছিল ৰে’লত

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.