AssamEducationGovernment SchemeHimanta Biswa Sarmaleatest updatenorth eastpoliticalSocialঅসমগুৱাহাটীদৈনিক বাতৰি

দিছপুৰত ৰাজ্যিক কেবিনেটৰ বৈঠক

কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেবিনেটত

দিছপুৰত ৰাজ্যিক কেবিনেটৰ বৈঠক

কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেবিনেটত

নিয়মীয়া হ’ব ৪,৬৬৯ হাইস্কুল শিক্ষকৰ পদ

১০ দিনৰ ভিতৰত আৰম্ভ হ’ব প্ৰক্ৰিয়া

প্ৰতি সমষ্টিত ১০ হাজাৰ নতুন অৰুণোদয় হিতাধিকাৰী

১৭ লাখ লোকক নতুনকৈ দিয়া হ’ব ৰেচন কাৰ্ড

১৯ ছেপ্টেম্বৰৰ পৰা ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়া

নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা

চিৰিয়াখানাৰ বাবে ৩৬২ কোটি টকাৰ অনুমোদন

কোকৰাঝাৰত নিৰ্মাণ কৰা হ’ব অত্যাধুনিক ষ্টেডিয়াম

ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১০৭ কোটি টকাৰ অনুমোদন

গুৱাহাটীত আন এখন উৰণীয়া সেতু নিৰ্মাণৰ সিদ্ধান্ত

ৰাজ্যত ড’চাল কোম্পানীয়ে বিনিয়োগ কৰিব ২০০ কোটি টকা

আধুনিক প্ৰযুক্তিৰ প্ৰশিক্ষণৰ বাবে এই বিনিয়োগ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.