অসমখেলদৈনিক বাতৰিবিশ্বভাৰত

হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পূৰ্বে সুখবৰ সুনীল চেত্ৰী বাহিনীৰ

এছিয়ান কাপৰ মূল পৰ্বলৈ যোগ্যতা ভাৰতৰ

এছিয়ান কাপৰ মূল পৰ্বলৈ যোগ্যতা ভাৰতৰ। হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পূৰ্বে সুখবৰ সুনীল চেত্ৰী বাহিনীৰ।

ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে দেশৰ হৈ ৮৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গ’ল লাভ কৰে, আৰু বিশ্ব ফুটবলৰ মহান খেলুৱৈ ফেৰেংক পুস্কাছৰ সৈতে সমতা স্থাপন কৰে।

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ সৰ্বাধিক গ’লদাতাৰ ভিতৰত আছে ছেত্ৰী। ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু লিয়নেল মেছিৰ পিছতে আহে ভাৰতীয় ফৰৱাৰ্ডগৰাকীৰ নাম৷

হংকঙৰ বিৰুদ্ধে এ এফ চি এছিয়ান কাপ কোৱালিফায়াৰত চতুৰ্থটো গ’ল দি ভাৰতে ৪-০ গ’লত জয়লাভ কৰে। এই জয়ে ভাৰতীয় দলটোক এ এফ চি এছিয়ান কাপৰ যোগ্যতা অৰ্জনৰ আশা বৃদ্ধি কৰাত সহায় কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.