AssamCity newsleatest updatenationalnorth eastRegionalঅসমআকাশবাণীআঞ্চলিকদৈনিক বাতৰিপৰিৱেশবতৰবিজ্ঞানভাৰত

ৰাজ্যৰ দহ জিলাত প্ৰবল বজ্ৰপাত আৰু শিলাবৃষ্টিৰ সম্ভাৱনা – আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী

মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, শিৱসাগৰ, ধেমাজি, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি ৰাজ্যৰ দহখন জিলাত ১৭ জানুৱাৰীত শিলাবৃষ্টিৰ সম্ভাৱনা থকা বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ কেইবাখনো জিলাত বজ্ৰপাত, শিলাবৃষ্টি হ’ব বুলি সতৰ্কবাণী জাৰি কৰিছে।

মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, শিৱসাগৰ, ধেমাজি, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি ৰাজ্যৰ দহখন জিলাত ১৭ জানুৱাৰীত শিলাবৃষ্টিৰ সম্ভাৱনা থকা বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰিছে।

উল্লেখ্য যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান অনুসৰি ১৬ জানুৱাৰীৰ পুৱাৰ ভাগৰ পৰাই গুৱাহাটীৰ ৰাজ্যৰ কেইবাখনো জিলাত ঘন কুঁৱলীয়ে আৱৰি ধৰে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.