অসমঅসম আৰক্ষী

আছুৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া-ডিব্ৰুগড়, ২৪ ঘন্টাৰ বাবে বন্ধ দুয়োখন জিলা

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে আছু কৰ্মীয়ে

⚫তিনিচুকীয়া-ডিব্ৰুগড় জিলা বন্ধ ঘোষণা আছুৰ

⚫২৪ ঘণ্টাৰ বাবে বন্ধ ঘোষণা দুয়োখন জিলা

⚫ডিব্ৰুগড়ত আছু কৰ্মী আটক কৰাক লৈ বন্ধ ঘোষণা

⚫ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সংঘটিত হৈছিল এই ঘটনা

⚫আছু, এবিভিপি কৰ্মীৰ মাজত সংঘটিত হৈছিল সংঘাত

⚫আটক হৈছিল ১৫জনকৈ আছু কৰ্মী

⚫আটকাধীন আছু কৰ্মীৰ মুক্তিৰ দাবীত বন্ধ ঘোষণা

⚫৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে আছু কৰ্মীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button