খেলবিশ্বভাৰত

‘ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ’ৰ স্বত্বাধিকাৰী হ’ল শ্বাহৰুখ খান

টুইটযোগে নিজে এই কথা সদৰি কৰিলে শ্বাহৰুখ খানে

মহিলা ক্ৰিকেট দলৰো স্বত্বাধিকাৰী হ’ল শ্বাহৰুখ খান, টুইটযোগে নিজে এই কথা সদৰি কৰিলে শ্বাহৰুখ খানে।
শ্বাহৰুখ খানে টুইটত কয় যে, তেওঁৰ নাইট ৰাইডাৰ্ছ ক্ৰিকেট দলৰ ফ্ৰেঞ্চাইজিৰ মালিক। মহিলা দলটোক ‘ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ’ নাম দিয়া হৈছে বুলিও জনাই কিং খানে।

‘ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ’ৰ  স্বত্বাধিকাৰী হ’ল শ্বাহৰুখ খান
‘ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ’ হৈছে কেৰিবিয়ান প্ৰিমিয়াৰ লীগ (CPL)ৰ প্ৰথমটো মহিলা দল। যাৰ অধিকাৰী হ’ল এতিয়া কিং খান।
শ্বাহৰুখে এই বিষয়ে সদৰি কৰি লিখে,

‘THIS IS SUCH A HAPPY MOMENT FOR ALL OF US AT @KKRIDERS @ADKRIDERS & OF COURSE THE LOVELY SET OF PEOPLE AT @TKRIDERS HOPE I CAN MAKE IT THERE TO SEE THIS LIVE!! HTTPS://T.CO/IC9GR96H92’
মহিলা কেৰিবিয়ান প্ৰিমিয়াৰ লীগ অহা ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব। এই খেলত শ্বাহৰুখৰ ‘ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ লগতে শৃংখলাটো খেলিবলৈ নিশ্চিত কৰা আন দুটা দল হৈছে বাৰ্বাডোছ ৰয়েলছ আৰু গায়ানা আমাজন ৱাৰিয়ৰ্ছ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 19 =

Back to top button