অপৰাধঅসম

বৰপেটাত আকৌ গ্ৰেপ্তাৰ জেহাদী

মাদ্ৰাছাৰ পৰা গ্ৰেপ্তাৰ ৬ জেহাদীক

◼️বৰপেটাত আকৌ গ্ৰেপ্তাৰ জেহাদী

◼️মাদ্ৰাছাৰ পৰা গ্ৰেপ্তাৰ ৬ জেহাদীক

◼️মাদ্ৰাছাত আশ্ৰয় লৈ আছিল জেহাদী কেইটাই

◼️গ্ৰেপ্তাৰ মুফটি ছুলেইমান, জাহিদুল ইছলাম, ছাদ্দাম হুছেইন

◼️গ্ৰেপ্তাৰ ৰছিদুল ইছলাম, মুছাৰফ হুছেইন, মকিবুল ইছলাম

◼️মুছাৰফ হুছেইন, মকিবুল ইছলাম সম্বন্ধত ভাই-ককাই

◼️গ্ৰেপ্তাৰ হোৱা আটাইকেইটা জেহাদীৰ ঘৰ বৰপেটাত

◼️২০১৯ চনৰ পৰাই বৰপেটাত বাহৰ পাতিছিল ছাইফুল ইছলামে

◼️৪ মাৰ্চত ছাইফুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে

◼️ছাইফুলৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ আটাইকেইটাকে

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.