অসমআঞ্চলিক

অখিল গগৈৰ গোচৰৰ শুনানি সন্দৰ্ভত কি ক’লে অখিলৰ অধিবক্তাই?

চান্দমাৰী আৰু চাবুৱা থানাৰ গোচৰত অখিল গগৈক দোষমুক্ত ঘোষণা কৰিছিল NIA আদালতে

আখিল গগৈৰ বিৰুদ্ধে NIA উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান আবেদনৰ শুনানি। NIA আদালতে অখিলসহ ৬ গৰাকীক দোষমুক্ত ঘোষণা কৰিছিল।

চান্দমাৰী আৰু চাবুৱা থানাৰ গোচৰত অখিল গগৈক দোষমুক্ত ঘোষণা কৰিছিল NIA আদালতে। ইয়াৰ বিৰুদ্ধে NIA উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।

আজি আদালতত হয় প্ৰথম শুনানি । আখিলৰ অধিবক্তাই শুকুৰবাৰে NIAৰ বিপৰীতে আপত্তি দৰ্শায়। আদালতে পৰৱৰ্তী শুনানিৰ বাবে দুই সপ্তাহৰ পিছত দিন ধাৰ্য কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.