AssambihuFestivalleatest updateRegionalঅসম

আজি ব’হাগৰ দ্বিতীয় দিন; ৰাজ্যবাসীয়ে আজি উদযাপন কৰিছে গোঁসাই বিহু…

ঢোল-পেঁপা-গগনাৰ মাতত মুখৰ ৰাজ্য।

আজি ব’হাগৰ দ্বিতীয় দিন। ৰাজ্যবাসীয়ে আজি উদযাপন কৰিছে গোঁসাই বিহু। গোঁসাই বিহু উপলক্ষে গাঁৱৰ ৰাজহুৱা নামঘৰত অনুষ্ঠিত হৈছে নাম-প্ৰসঙ্গ।

Rongali Bihu: The most Jubilant Festival of Assam

বিহুৰ ৰং-আনন্দত মতলীয়া অসমীয়া। ঢোল-পেঁপা-গগনাৰ মাতত মুখৰ ৰাজ্য। গ্ৰামাঞ্চলৰ প্ৰতিখন ঘৰৰ চোতালে চোতালে ডেকা- বুঢ়া সকলো মিলি গাইছে হুঁচৰি।

I Love Pan Tamul, 50% OFF | mg.agenciametodo.com

 

অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত দেখা গ’ল ৰাজ্যৰ সকলো নামঘৰ, মঠ-মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ। অনাগত বৰ্ষতো মংগলময় হোৱাৰ প্ৰাৰ্থনাৰে নেদেখাজনৰ চৰণত সেৱা জনালে সকলোৱে।

Rongali Bihu celebrated with fun and festivity in Lakhimpur

ঢোলৰ গুমগুমনি আৰু পেঁপাৰ মাতে মুখৰ কৰি তুলিছে ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু সন্মিলনীসমূহেও আৰম্ভ কৰিছে বিহুৰ কাৰ্যসূচী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button