অসম

কামৰূপ মহানগৰৰ সাধাৰণ নাগৰিকৰ বাবে বিশেষ পৰ্টেল মুকলি…

কামৰূপ মহানগৰীৰ সাধাৰণ নাগৰিক বাবে মুকলি কৰা এই পৰ্টেলৰ সমস্যা সমূহ অনলাইন যোগে গ্ৰহণ কৰিব ফ্লাইং স্কোৱাডে

আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ পৰ্টেল মুকলি। কামৰূপ মেট্ৰ’ৰ বাসিন্দাসকলে নিৰ্বাচনৰ পূৰ্বে যিকোনো সমস্যা দাঙি ধৰাৰ বাবে মুকলি কৰা হৈছে এই পৰ্টেল।

 

Kamrup metro -pg.assam.gov.in নামৰ পৰ্টেলটোৰ যোগে যিকোনো সমস্যা দাঙি ধৰিব পাৰিব কামৰূপ মহানগৰীৰ বাসিন্দাই।নিৰ্বাচনী নিয়ম উলংঘা সম্বন্ধীয় সকলো সমস্যাৰ বিষয়ে এই পৰ্টেলত উল্লেখ কৰিব পাৰিব।

 

কামৰূপ মহানগৰীৰ সাধাৰণ নাগৰিক বাবে মুকলি কৰা এই পৰ্টেলৰ সমস্যা সমূহ অনলাইন যোগে গ্ৰহণ কৰিব ফ্লাইং স্কোৱাডে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.