ভ্ৰমণ

বিমানৰ টিকটৰ মূল্য ১৫ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

ঘৰুৱা বিমানৰ টিকটৰ নুন্যতম মূল্য ১৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। লগতে যাত্ৰীৰ হাৰ ৮০ শতাংশৰ পৰা ৫০ শতাংশলৈ হ্ৰাস কৰাৰো সিদ্ধান্ত লোৱা লৈছে কেন্দ্ৰই। ক’ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

বৰ্তমান দেশৰ কৰ’ণাসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিমান যাত্ৰাৰ ক্ষেত্ৰত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰই লোৱা সিদ্ধান্ত অনুসৰি,  প্ৰতিখন ঘৰুৱা বিমানে এবাৰত ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াই নিব পাৰিব। এই নতুন নিৰ্দেশনা ১ জুনৰ পৰা কাৰ্যকৰী হ’ব আৰু ৩১ জুলাইলৈ বাহাল থাকিব।

১ জুনৰ পৰা ঘৰুৱা বিমানৰ টিকটৰ নুন্যতম মূল্য হ’ব ২,৬০০-৭,৮০০ টকা আৰু সৰ্বাধিক মূল্য ৮,৭০০-২৪,২০০

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + five =

Back to top button