জীৱনশৈলী

বাস্তুয়ে কি কয়? ঘৰত মকৰাজাল থকাটো সঁচাকৈয়ে অশুভ নেকি?

বাস্তু শাস্ত্ৰ অনুসৰি, মকৰা জালৰ গঠনে ঋণাত্মক শক্তিক আকৰ্ষণ কৰে, যাৰফলত গোটেই ঘৰতে এই শক্তি বিয়পি পৰে।

ঘৰত মকৰাৰ জাল থকাটো অশুভ। বাস্তু শাস্ত্ৰ অনুসৰি মকৰা জালে ঘৰখনত সমস্যাৰ সৃষ্টি কৰে। মকৰা জাল দেখিলে ততালিকৈ আঁতৰাই পেলোৱা উচিত। প্ৰায়ে এনে হয় যে, আমি ঘৰৰ মজিয়া পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিলেও কেতিয়াবা ঘৰৰ অন্যান্য কোণত লাগি থকা মকৰাৰ জাল এৰুৱাবলৈ পাহৰো। ঘৰৰ ওপৰৰ অংশ পৰিষ্কাৰ নকৰাৰ বাবে মকৰাই বাহ বান্ধে।

 

বাস্তু শাস্ত্ৰ অনুসৰি, মকৰা জালৰ গঠনে ঋণাত্মক শক্তিক আকৰ্ষণ কৰে, যাৰফলত গোটেই ঘৰতে এই শক্তি বিয়পি পৰে। লগতে, মকৰাজালত থকা অসংখ্য জীৱিত অণুজীৱ আমাৰ দেহৰ বাবেও বিপদজনক। ঘৰত থকা মকৰাজালে এজন ব্যক্তিৰ সুখ-শান্তি নাশ কৰে, যাৰবাবে কোনো এজন লোকে কোনো কামতে মনোযোগ দিব নোৱাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.