অসমসাহিত্য

কাব্যঋষি নীলমনি ফুকনলৈ জ্ঞানপীঠ বঁটা

অসমৰ তৃতীয় গৰাকী বৰেণ্য সাহিত্যিকলৈ জ্ঞানপীঠ সন্মান

ৰাজ্যলৈ ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান। কাব্যঋষি নীলমনি ফুকনলৈ জ্ঞানপীঠ বঁটা।

অসমৰ তৃতীয় গৰাকী বৰেণ্য সাহিত্যিকলৈ জ্ঞানপীঠ সন্মান। জীৱনজোৰা সাধনাৰ বাবে জ্ঞানপীঠ বঁটা কবিগৰাকীলৈ।

ইয়াৰ পূৰ্বে সাহিত্যিক গৰাকীয়ে সাহিত্য অকাডেমী বটাঁ, পদ্মশ্ৰী আদি বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + nine =

Back to top button