AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীভাৰতৰাজনৈতিক

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, প্ৰধানমন্ত্ৰীৰ আগমনক লৈ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ….

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

লোকসেৱা ভৱনত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ সংবাদমেল সম্বোধন

৮ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

তেজপুৰ বিমানবন্দৰৰ পৰা কাজিৰঙালৈ যাব PM

নিশাটো কাজিৰঙাতে কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে

৯ তাৰিখে পুৱাই কাজিৰঙা পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে

কাজিৰঙাৰ পৰা পোনে পোনে অৰুণাচললৈ যাব PM

অৰুণাচলত দুটা কাৰ্যসূচীত ভাগ লৈ পুনৰ আহিব যোৰহাটলৈ

বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব PM

মেলেংমেটেৰী পথাৰৰ পৰা ৫ লাখ ৫৫ হাজাৰ ৫৫টা PMAY গৃহ মুকলি কৰিব PMএ

ভাৰ্ছুৱেলী উদ্বোধন কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়

শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বাবে ৩০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন

ডিগবৈ শোধানাগাৰৰ বহন ক্ষমতা .৬৫ মিলিয়নৰ পৰা ১ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধিৰ শুভাৰম্ভ

গুৱাহাটী শোধানাগাৰৰ বহন ক্ষমতা ১.২ মেট্ৰিক টনলৈ বৃদ্ধি

ভাৰতীয় ৰে’লৰ দুটা প্ৰকল্পৰ শুভাৰম্ভ

ধূপধৰাৰ পৰা ছয়গাঁৱলৈ দ্বৈত ৰে’লপথৰ শুভাৰম্ভ

লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ৯ মাৰ্চত শুভাৰম্ভ কৰিব মোদীয়ে

২১৪ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প গঢ়ি তোলা হ’ব

৬০ লাখ হিতাধিকাৰীয়ে ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰিব অনুষ্ঠানত

PMAY গৃহ পোৱা সকলোকে চৰকাৰে দিব মিঠাইৰ টোপোলা

৯ মাৰ্চৰ কাৰ্যসূচীৰ পাছত প্ৰধানমন্ত্ৰী ৰাওনা হ’ব পশ্চিমবংগলৈ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button