অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিৰাজনৈতিক

নলবাৰীত জুবিন গাৰ্গৰ অনুষ্ঠানৰ মাজত আৰক্ষীৰ লাঠিচালনা

নলবাৰীৰ বেলশৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। ইফালে দৰ্শকৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠিচালনা।

নলবাৰীৰ বেলশৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।

জনসমুদ্ৰত পৰিণত সংগীতানুষ্ঠানৰ বাকৰি।

এটাৰ পাছত আন এটা গীত গাই দৰ্শকক মোহাচ্ছন্ন জুবিনৰ।

ইফালে দৰ্শকৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠিচালনা।

প্ৰচণ্ড ভিৰ আৰু দৰ্শকৰ উদ্ভণ্ডালিৰ বাবে বিচ্ছিন্ন সংগীতানুষ্ঠানৰ বৈদ্যুতিক তাৰ।

যাৰ বাবে আধা ঘণ্টা ধৰি স্থগিত ৰখা হয় সংগীতানুষ্ঠান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.