leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

পুনৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বহিঃৰাজ্যলৈ জন্তু নিয়াৰ প্ৰস্তুতি।

কি কি জন্তু নিয়া হ'ব আম্বানীৰ চিৰিয়াখানালৈ...

পুনৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা গুপনে বহিঃৰাজ্যলৈ জন্তু নিয়াৰ প্ৰস্তুতি। ৩খন ট্ৰাকেৰে জন্তু নিয়াৰ বাবে চলাইছে প্ৰস্তুতি। আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ জন্তু নিয়াৰ প্ৰস্তুতি। গঁড়, হৰিণা, ঘোং, গিবন আদি জন্তু নিব বহিঃৰাজ্যলৈ।

২০ মে’তো বহু জন্তু বহিঃৰাজ্যলৈ নিয়া হৈছিল। দুই বছৰত ২ হাজাৰৰো অধিক জন্তু চিৰিয়াখানাত মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.