অৰ্থনৈতিকভাৰতৰাজনৈতিক

বৃদ্ধি কৰা হ’ল ৰিজার্ভ বেংকৰ গৱর্নৰৰ কার্যকালৰ সময়সীমা

দেশৰ ভয়াৱহ আর্থিক পৰিস্থিতিৰ মাজতো ৰিজার্ভ বেংকৰ গৱর্নৰ হিচাপে দাসে দক্ষতাৰে কাম–কাজ চলাই যোৱা বুলি কেন্দ্রীয় মন্ত্রীসভাৰ নিয়োগ সংক্রান্তত থকা সংশ্লিষ্ট কমিটীয়ে শুকুৰবাৰে এই সিদ্ধান্তত অনুমোদন জনাইছে

বৃদ্ধি কৰা হ’ল ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাসৰ কার্যকালৰ সময়সীমা।

ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাসৰ কার্যকালৰ সময়সীমা আৰু তিনি বছৰ বৃদ্ধি কৰিছে কেন্দ্রীয় চৰকাৰে৷ শক্তিকান্ত দাসৰ প্রথম পর্যায়ৰ কার্যকালৰ ম্যাদ আছিল আগন্তুক ডিচেম্বৰ পর্যন্ত৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ নতুন সিদ্ধান্ত অনুসৰি আগন্তুক ডিচেম্বৰৰ পৰা তিনি বছৰলৈ বৃদ্ধি কৰা হৈছে গৱর্নৰ শক্তিকান্ত দাসৰ পদৰ কার্যকাল৷

দেশৰ ভয়াৱহ আর্থিক পৰিস্থিতিৰ মাজতো ৰিজার্ভ বেংকৰ গৱর্নৰ হিচাপে দাসে দক্ষতাৰে কাম–কাজ চলাই যোৱা বুলি কেন্দ্রীয় মন্ত্রীসভাৰ নিয়োগ সংক্রান্তত থকা সংশ্লিষ্ট কমিটীয়ে শুকুৰবাৰে এই সিদ্ধান্তত অনুমোদন জনাইছে৷

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.