অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ডিফু আৰক্ষীৰ জালত বিজেপিৰ হাইপ্ৰফাইল নেত্ৰী, চাকৰি দিয়াৰ প্ৰবঞ্চনাৰে চলাইছিল কোটি টকাৰ লুণ্ঠন

ডিফু আৰক্ষীৰ জালত বিজেপিৰ হাইপ্ৰফাইল নেত্ৰী

কিষাণ মৰ্চাৰ সম্পাদিকা মুন ইংটিপীক গ্ৰেপ্তাৰ

চাকৰি দিয়াৰ প্ৰবঞ্চনাৰে চলাইছিল কোটি টকাৰ লুণ্ঠন

একেটা গোচৰতে সহযোগী চেমিয়ন তেৰাঙকো গ্ৰেপ্তাৰ

বিজেপিৰ শীৰ্ষ মহলৰে সম্পৰ্ক দেখুৱাই লুটিছিল ধন

ভুক্তভোগীৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ দুয়োকে

মুখ্যমন্ত্রী, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাছিং ইংলেঙৰ অতি ঘনিষ্ঠ বুলি দাবী কৰি কাৰ্বি আংলঙৰ বিভিন্নজনৰ পৰা চাকৰি, ঠিকা-ঠুকলি  প্ৰদান কৰাৰ ওপৰিও এন্টি গেটৰ সুবিধা দিয়াৰ নামত ১ কৌটি ৫২ লাখ টকা আদায় কৰিছিল হাইপ্ৰফাইল নেত্ৰীগৰাকীয়ে। পিছত ভুক্তভোগীৰ এজাহাৰৰ ভিওিত ডিফু আৰক্ষীয়ে বিজেপিৰ কৃষাণ মৰ্চাৰ নেত্রী গৰাকীক আটক কৰে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.