অসমদুৰ্ঘটনা

দুর্গোৎসৱৰ মাজতে শিৱসাগৰত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা

দুজন নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত এজন

দুর্গোৎসৱৰ মাজতে শিৱসাগৰত বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰুদ্ৰসাগৰৰ মানকটাত এটা পুখুৰীত সোমাল এখন চুইফট গাড়ী।  দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS-01EO-0886। দুৰ্ঘটনাটোত নিহত হৈছে অধিবক্তাসহ দুজনকৈ লোক।

নিহত দুজন নিবেদন শৰ্মা আৰু ৰ’জমণি দাস বুলি জানিব পৰা গৈছে।

গুৰুতৰভাৱে আহত মৃণাল দাস নামৰ লোকজনক ইতিমধ্যে AMCHলৈ প্ৰেৰণ কপা হৈছে।

মৃত নিবেদন আৰু ৰ’জমণিৰ ঘৰ ৰুদ্ৰসাগৰত আৰু আহত মৃণালৰ ঘৰ বলিয়াঘাটত বুলি জানিব পৰা গৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.