মনোৰঞ্জন

বিয়াৰ দুদিনৰ পিছতে কিয় কান্দিলে দেৱলীনাই! স্বামীক সাৱটি কান্দি কান্দি কি ক’লে?

'এতিয়া মই গৌৰৱেৰে ক'ব পাৰোঁ যে আপুনি এতিয়া মোৰ হয়'

টিভি অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই দুদিনৰ আগতে জিম প্ৰশিক্ষক শ্বাহনাৱাজ শ্বেখৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে। দেৱলীনাৰ বিয়াৰ সকলো ফটোৱেই সামাজিক মাধ্যমত ভাইৰেল হৈছে। সকলো ফ’টোতে তেওঁক তেওঁৰ স্বামীৰ সৈতে আনন্দ কৰা দেখা গৈছিল। বিয়াৰ দিনাৰ পৰাই শিৰোনামত আছে দেৱলীনা। অনুৰাগীসকলে তেওঁৰ প্ৰতিটো আপডেটৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বিবাহৰ পিছৰে পৰা, দেৱলীনাই তেওঁৰ বিবাহ সম্পৰ্কীয় প্ৰতিটো আপডেট অনুৰাগীসকলৰ সৈতে ভাগ বতৰা কৰি আহিছে। কিন্তু দেৱলীনাৰ এটা ভিডিঅ’ই অনুৰাগীসকলক আৱেগিক কৰি তুলিছে। ভিডিঅ’টোৱে সকলোৰে হৃদয় জয় কৰিছে, য’ত তেওঁক স্বামীক সাৱতি কান্দি থকা দেখা গৈছে।

এই ভিডিঅ’টোত, দেৱলীনাই তেওঁৰ সপোনৰ ৰাজকুমাৰৰ বাবে বহুতো কথা লিখিছে, যি শুনিলে যিকোনো লোকে আৱেগিক হ’ব পাৰে। পোষ্টটোৰ সৈতে দেৱলীনাই লিখিছে, ‘আৰু হয়।’ এতিয়া মই গৌৰৱেৰে ক’ব পাৰোঁ যে আপুনি এতিয়া মোৰ হয়, আনকি চাকিৰ পোহৰ লৈ বিচাৰিলেও আপোনাৰ দৰে কাকো বিচাৰি নাপাও, কেতিয়াও নাপাওঁ! তুমি মোৰ প্ৰতিটো বেদনা আৰু প্ৰাৰ্থনাৰ উত্তৰ, মই তোমাক বহুত ভাল পাওঁ, ছনু।”

https://www.instagram.com/reel/CmKDI8sg4l1/?utm_source=ig_web_copy_link

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.