অসমগুৱাহাটীজম্মু-কাশ্মীৰদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

জম্মু কাশ্মীৰৰ ড’ডা জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা, পাহাৰৰ পৰা খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ

জম্মু কাশ্মীৰৰ ড’ডা জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা

পাহাৰৰ পৰা খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ

ঘটনাস্থলীত নিহত ৩০জনকৈ যাত্ৰী

মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

কিষ্টৱাৰৰ পৰা জম্মু অভিমুখী আছিল বাছখন

বাছখনত থকা যথেষ্ট সংখ্যক যাত্ৰী আহতৰ সন্দেহ

পাহাৰৰ পৰা ৩০০ ফুট তললৈ সৰি পৰিছিল বাছখন

বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত

আহতসকলক ভৰ্তি কৰোৱা হৈছে স্থানীয় চিকিৎসালয়ত

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.