অসম

শিক্ষামন্ত্ৰীয়ে পূৰাব পাৰিবনে টেট শিক্ষকসকলৰ দাবী?

মিছন সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰিব টেট শিক্ষকসকলে।

পুনৰ শিক্ষকৰ প্রতিবাদত উত্তাল হ’ব ৰাজ্য। বৃহস্পতিবাৰে, স্তব্ধ হ’ব গুৱাহাটী মহানগৰ। ৩০ হাজাৰ টেট শিক্ষকে একেলগে সাব্যস্ত কৰিব প্রতিবাদ।

 

মিছন সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰিব টেট শিক্ষকসকলে। বৰ্ধিত মৰগীয়া বানচ, বকেয়া, ঋণসহ কেইবাটাও দাবী পূৰণৰ বাবে শিক্ষকসকলে সাব্যস্ত কৰিব এই প্ৰতিবাদ।অৱশ্যে, প্রতিবাদৰ পূৰ্বে আলোচনালৈ মন মেলিছে শিক্ষামন্ত্রী ড০ ৰনোজ পেগুৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − one =

Back to top button