অসমচাকৰি

কি কি আছে তৃতীয় বৰ্গৰ SKILL TEST পাঠ্যক্ৰমত!

২১ ডিচেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ SKILL TEST

২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ SKILL TEST। এই SKILL TESTত অৱতীৰ্ণ হ’ব লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকল। ২৫ নম্ৱৰৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব প্ৰাৰ্থীসকল। অহা ১৪ ডিচেম্বৰত ছেবাৰ বেৱছাইটযোগে প্ৰাৰ্থীসকলে লাভ কৰিব এডমিট কাৰ্ড। আজি বিয়লি ছেবাই প্ৰকাশ কৰিব কম্পিউটাৰ টেষ্টৰ পাঠ্যক্ৰম। www.sebaonline.orgত প্ৰাৰ্থীয়ে বিয়লি লাভ কৰিব পাঠ্যক্ৰম। কেটেগৰী I, II, II পৰীক্ষাৰ্থীয়ে দিব লাগিব কম্পিউটাৰ টেষ্ট। ষ্টেন’গ্ৰাফাৰ, গাড়ীচালকৰ প্ৰাৰ্থীয়ে দিব নালাগে কম্পিউটাৰ টেষ্ট।

 

যোৱা আগষ্ট মাহত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ২৬,৬০০ পৰীক্ষাৰ্থী

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.