অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ’ল নলবাৰী চহৰ, বিজেপি নেতা মঞ্জুৰ আলমে হত্যা কৰিলে নিজ পত্নী চামচিয়াৰা বেগমক

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ’ল নলবাৰী চহৰ।

নলবাৰীৰ ইছলাম চুপাত সংঘটিত হ’ল লোমহৰ্ষক হত্যাকাণ্ড।

বিজেপি নেতা মঞ্জুৰ আলমে হত্যা কৰিলে নিজ পত্নী চামচিয়াৰা বেগমক।

মঞ্জুৰ আলম নলবাৰী পৌৰ সভাৰ প্ৰাক্তন উপ পৌৰপতি ৷

হত্যাকাণ্ড সংঘটিত কৰি নলবাৰী সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে মঞ্জুৰে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.