AssamCity newsঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিপৰ্যটনভাৰতমনোৰঞ্জনশিল্পীসংগীতসংস্কৃতিসাহিত্য

মনোৰম চানডুবিৰ বাকৰিত পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হ’ল চানডুবি উৎসৱৰ…..

মনোৰম চানডুবিৰ বাকৰিত পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হল চানডুবি উৎসৱৰ।

ৰাভা জনজাতীয় কৃষ্টি সমাহাৰেৰে উজ্বলি উঠিল চানডুবিৰ বাকৰি।

এনেদৰেই চানডুবিৰ বাকৰিত বিগত ১৩টা বছৰ ধৰি উৎযাপন কৰি আহিছে চানডুবি উৎসৱ।

এইবেলিও চতুৰ্দশ বাৰ্ষিক চানডুবি উৎসৱ আৰম্ভ হ’ল পহিলা জানুৱাৰীৰ পৰা।

স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই শুভাৰম্ভণি কৰিলে চানডুবি উৎসৱৰ।

প্ৰথমটো দিনতে বহুতো লোকৰ সমাগম ঘটে চানডুবিৰ বাকৰিত।

এই চানডুবি মহোৎসৱতে চানডুবিৰ বুকুত নৌকা বিহাৰ, গাহৰি পোৰা, কেকোৰা পোৰা, মাছ পোৰা আদিকে ধৰি জনজাতীয় খাদ্য তথা সাজপাৰৰ সমাহাৰ ঘটিছে লগতে ঘটিছে জনজাতীয় সংস্কৃতিৰ সমাহাৰ।

 

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.