অসমদৈনিক বাতৰি

অৰূপৰ বিষ্ফোৰক স্বীকাৰোক্তি! বন্দনাৰ পৰা অৰূপ ডেকাই লৈছিল ২ লাখ টকা

বন্দনাৰ পৰা অৰূপ ডেকাই বিয়াৰ বাবে লৈছিল ২ লাখ টকা

ৰাজ্য কঁপোৱা ডাবল মাৰ্ডাৰৰ অব্যাহত আছে তদল্ত। নিতৌ নতুন নতুন তথ্য উদঘাটন হৈ আছে নৃশংস হত্যাকাণ্ডৰ। শেহতীয়াকৈ আৰক্ষীৰ জেৰাত অৰূপ ডেকাই কৰিছে বিষ্ফোৰক স্বীকাৰোক্তি। বন্দনা কলিতাৰ পৰা অৰূপ ডেকাই লৈছিল ২ লাখ টকা। আৰক্ষীক জনোৱা অনুসৰি অৰূপ দাসে নিজৰ বিয়াৰ বাবে লৈছিল দুই লাখ টকা। উল্লেখ্য যে ২ ফেব্ৰুৱাৰীত অৰূপ ডেকা বিবাহ পাশত আৱদ্ধ হৈছিল। আৰু ২২ তাৰিখে আছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button