অসমদৈনিক বাতৰি

নিৰ্বাচনী হিংসাত ৰক্তাক্ত পশ্চিমবংগত আজি পুনৰ ভোটগ্ৰহণ, ২২ জিলাৰ ৬৬৯টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

নিৰ্বাচনী হিংসাত ৰক্তাক্ত পশ্চিমবংগত আজি পুনৰ ভোটগ্ৰহণ, ২২ জিলাৰ ৬৬৯টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

নিৰ্বাচনী হিংসাত ৰক্তাক্ত পশ্চিমবংগত আজি পুনৰ ভোটগ্ৰহণ। ২২ জিলাৰ ৬৬৯টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ ভোটগ্ৰহণ।নিৰ্বাচনৰ সময়ত কেন্দ্ৰকেইটাত হৈছিল ব্যাপক হিংসা।

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত ৰাজ্যখনত হিংসাই চূড়ান্ত ৰূপ লৈছিল। ৰাজ্যখনত বিভিন্ন স্থানত সংঘটিত হিংসাত্মক ঘটনাত কমেও ১৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল শতাধিক লোক। নিৰ্বাচনী হিংসাত কেৱল পশ্চিমবংগই নহয়, ৰাষ্ট্ৰীয় ৰাজনীতিতো লাগিছিল ব্যাপক তোলপাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.