অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বিৰোধীৰ উত্তাল প্ৰতিবাদত দিনৰ ১২ বজালৈ স্থগিত সংসদৰ বৰ্ষাকালীন অধিৱেশন, TMCৰ সাংসদ ডেৰেক অ’ব্ৰায়ানৰ বাকযুদ্ধ অধ্যক্ষৰ সৈতে সদনত বিৰোধীৰ উত্তাল প্ৰতিবাদ

সপ্তম দিনৰ বাবে উত্তাল সংসদৰ বৰ্ষাকালীন অধিৱেশন

মণিপুৰৰ পৰিস্থিতিক লৈ বিৰোধীৰ উত্তাল প্ৰতিবাদ

লোকসভাত প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিৰ বাবে প্ৰতিবাদ

বিৰোধীৰ উত্তাল প্ৰতিবাদত দিনৰ ১২ বজালৈ স্থগিত কাম-কাজ

ৰাজ্যসভাত পুৱা ২৭ মিনিটৰ বাবে চলে কাম-কাজ

ৰাজ্যসভাৰ কাম-কাজ ৩১ জুলাইলৈ স্থগিত

TMCৰ সাংসদ ডেৰেক অ’ব্ৰায়ানৰ বাকযুদ্ধ অধ্যক্ষৰ সৈতে

সদনত বিৰোধীৰ উত্তাল প্ৰতিবাদৰ বাবে স্থগিত হয় ৰাজ্যসভাৰ কাম-কাজ

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.