অপৰাধঅসম

এনে নিৰ্দয় মাতৃয়ো থাকেনে? গণৰাজ্য দিৱসৰ দিনাই মাতৃৰ হাতত প্ৰাণ গ’ল দুবছৰীয়া কন্যা সন্তানৰ

এই ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। শীঘ্ৰেই দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে।

গণৰাজ্য দিৱসৰ দিনটোতে এক ভয়ংকৰ ঘটনাই কঁপাই গ’ল সমগ্ৰ ৰাজ্য। নিৰ্মম মাতৃৰ হাততেই প্ৰাণ হেৰুৱালে মৰমৰ জীয়ৰীয়ে।

এই কৰুণ ঘটনা সংঘটিত হৈছে সৰ্থেবাৰীত। মাতৃৰ হাতত প্ৰাণ গ’ল দুই বছৰীয়া কন্যা সন্তানৰ। সৰ্থেবাৰীৰ বামুণপাকাত সংঘটিত এই ঘটনা। বামুণপাকাৰ নৰেশ মণ্ডলৰ পত্নী জয়া মণ্ডলে দাৰে ঘপিয়াই হত্যা কৰিলে নিজ কন্যাক। মাতৃৰ হাততেই নিথৰ হ’ল দুবছৰীয়া কন্যা সন্তান ৰূপা মণ্ডল। এই ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। শীঘ্ৰেই দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.