অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

দেৰগাঁৱৰ অজয় দত্তৰ আত্মহত্যাক লৈ অব্যাহত চাঞ্চল্য… কিয় আত্মহত্যাৰ পথ বাচি ল’লে অজয়ে?

দেৰগাঁৱৰ অজয় দত্তৰ আত্মহত্যাক লৈ অব্যাহত চাঞ্চল্য

দোষীক উচিত শাস্তিৰ দাবী জনালে দুৰ্ভগীয়া মাতৃয়ে

শোকাকুল পৰিৱেশ বিৰাজ কৰিছে অজয় দত্তৰ বাসগৃহত

আৰক্ষীৰ গাড়ী চালকৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা অজয়ৰ

মৃত্যুৰ পূৰ্বে ম’বাইলত সংৰক্ষিত কৰিছিল ঘটনাৰ বিবৰণী

আত্মহত্যাৰ ঘটনা ৰাষ্ট্ৰ হোৱাৰ পিছতে আৰক্ষীত জোকাৰণি

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ

DGP জি পি সিঙৰ কঠোৰ নিৰ্দেশনা গোলাঘাট আৰক্ষীলৈ

ভুক্তভোগীৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰক্ষী অধীক্ষকে

উচিত তদন্তৰ আশ্বাস দিছে SP ৰাজেন সিঙে

ঘটনাক লৈ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা

উল্লেখ্য যে বিজয়া দশমীৰ নিশা গেলাবিল নদীৰ কাষত এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.