আঞ্চলিক

ৰাজধানী দিল্লীত ভয়াৱহ বায়ু প্ৰদূষণ।

ব্যাপকভাৱে বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ বাবে দিল্লী চৰকাৰে গ্ৰহণ কৰিছে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত

 দিল্লীৰ ভিন্ন প্ৰান্তত বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰদূষণৰ বাবে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ একাংশৰ। ব্যাপকভাৱে বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ বাবে দিল্লী চৰকাৰে গ্ৰহণ কৰিছে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
আজিৰে পৰা বন্ধ থাকিব দিল্লীৰ প্ৰাথমিক বিদ্যালয়। অৱশ্যে বিদ্যালয়সমুহত অব্যাহত থাকিব অনলাইন পাঠদান।কাৰ্যালয় সমুহত থাকিব ৫০ শতাংশ কৰ্মচাৰী। অন্য কৰ্মচাৰীক ঘৰৰ পৰাই কাম-কাজ কৰাৰ আহ্বান দিল্লী চৰকাৰৰ। ব্যক্তিগত প্ৰতিষ্ঠানকো এই নিৰ্দেশনা মনাৰ আহ্বান। পথত গধূৰ বাহন চলাচলত বাধা প্ৰশাসনৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.