APSCAssamleatest updatenationalঅসমদৈনিক বাতৰিভাৰত

অব্যাহত APSC নিযুক্তি কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়া, নিলম্বিত ৰাজপত্ৰিত বিষয়াৰ উত্তৰ বহী দেখি হতবাক SIT

অব্যাহত APSC নিযুক্তি কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়া, নিলম্বিত ৰাজপত্ৰিত বিষয়াৰ উত্তৰ বহী দেখি হতবাক SIT

অব্যাহত APSC নিযুক্তি কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়া

নিলম্বিত ৰাজপত্ৰিত বিষয়াৰ উত্তৰ বহী দেখি হতবাক SIT

বহু বিষয়াই উত্তীৰ্ণই হোৱা নাছিল APSCৰ মূল পৰীক্ষাত

ACS ধীৰাজ কুমাৰ জৈনৰ উত্তৰ বহীত বৃদ্ধি হৈছিল নম্বৰ

ইংৰাজীত ১০৯ৰ পৰিৱৰ্তে লাভ কৰিছিল ১৯৮ নম্বৰ

সাধাৰণ বিজ্ঞানত ১৩০ৰ পৰিৱৰ্তে লাভ কৰিছিল ১৮০ নম্বৰ

সমাজতত্ত্বত ৭৬ৰ পৰিৱৰ্তে লাভ কৰিছিল ১২৬ নম্বৰ

দীপাংকৰ দত্ত লহকৰৰ উত্তৰবহীত বৃদ্ধি হৈছিল নম্বৰ

ইংৰাজীত ৫৫ৰ পৰিৱৰ্তে লাভ কৰিছিল ১৫৫ নম্বৰ

ৰাজনীতি বিজ্ঞানত ৫৩ৰ পৰিৱৰ্তে লাভ কৰিছিল ১০৩ নম্বৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.