Covid-19অসম

আজি প্ৰকাশ পাব ক’ভিডৰ নতুন SOP

ৰাজহুৱা সভা-সমিতি, জনসমাগমৰ ক্ষেত্ৰতো আহিব পাৰে বাধা-নিষেধ

⚫আজি প্ৰকাশ পাব ক’ভিডৰ নতুন SOP

⚫ৰাজ্যত ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হ’ব নতুন SOP

⚫ৰাইজৰ অসুবিধা নোহোৱাকৈ ওলাব নতুন SOP

⚫অৱশ্যে লকডাউন নহয় বুলি ইতিমধ্যে জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

⚫এতিয়াৰে পৰা সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক

⚫মাঘ বিহুৰ প্ৰাকক্ষণত বজাৰ-সমাৰৰ ক্ষেত্ৰতো থাকিব পাৰে নিষেধাজ্ঞা

⚫নৈশ সান্ধ্য আইন আগুৱাই দিয়াৰ সম্ভাৱনা

⚫অষ্টম শ্ৰেণীলৈকে  অনলাইনযোগে হ’ব পাৰে পাঠদান

⚫বিয়া, অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰতো প্ৰশাসনে জাৰি কৰিব পাৰে কিছু নিষেধাজ্ঞা

⚫ৰাজহুৱা সভা-সমিতি, জনসমাগমৰ ক্ষেত্ৰতো আহিব পাৰে বাধা-নিষেধ

⚫চিনেমা হল, পাৰ্ক আদিৰ ক্ষেত্ৰত জনসমাগমতো আহিব পাৰে বাধা-নিষেধ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + five =

Back to top button