অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

৩৯ বছৰীয়া হ’ল অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ, বৰপেটাত তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱস পালন

৩৯ বছৰীয়া হ’ল অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ

গোলাঘাটৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অগপই পালন কৰিলে প্ৰতিষ্ঠা দিৱস

বৰপেটাতো তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱস পালন

এই অনুষ্ঠানতেই বৰপেটাৰ শ্বহীদ পৰিয়াল তথা জ্যেষ্ঠ অগপ নেতা-কৰ্মীক জনোৱা হয় সম্বৰ্ধনা

দলীয় পতাকা উত্তোলন শ্বহীদ তৰ্পণ, সতীৰ্থ সোঁৱৰণ আদি কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত দলটোৰ উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাস, প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস আদি নেতাসকলৰ লগতে বহুসংখ্যক দলীয় নেতা কৰ্মী, সমৰ্থক উপস্থিত থাকে ৷

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.