অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

তিতাবৰত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ, নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ অভিযোগ AJYCPৰ

তিতাবৰত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

তিতাবৰ-বৰহোলা সংযোগী পথত এই দুৰ্নীতি

নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ অভিযোগ AJYCPৰ

নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই ঠায়ে ঠায়ে ভাগিছে পথ

ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সংগঠনটোৰ

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবীৰে মহকুমাধিপতিক স্মাৰক-পত্ৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − three =

Back to top button