Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মহানগৰীৰ কালাপাহাৰত চাঞ্চল্যকৰ ঘটনা, যৌন নিৰ্যাতনৰ বলি এগৰাকী যুৱতী…..

মহানগৰীৰ কালাপাহাৰত চাঞ্চল্যকৰ ঘটনা

যৌন নিৰ্যাতনৰ বলি এগৰাকী যুৱতী

এটা মটৰ পাৰ্টছৰ প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱতীগৰাকী

প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

স্বত্বাধিকাৰী সঞ্জয় কুমাৰ কেডিয়াৰ বিৰুদ্ধে অভিযোগ

মঙলবাৰে বিয়লি সংঘটিত হয় এই ঘটনা

ফটাশিল আৰক্ষীৰ কাষত ভুক্তভোগী যুৱতী

৩ মাহৰ পূৰ্ৱে কাৰ্যালয়টোত যোগদান কৰিছিল যুৱতীগৰাকীয়ে

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.