AssamCity newsleatest updatenationalPMo indiapoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পৰ্ব শেষ হোৱাৰ পিছতে ধ্যানত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী……

তামিলনাডুৰ বিবেকানন্দ ৰক মেম’ৰিয়েলত ৪৮ঘণ্টা ধ্যান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। খবৰ অনুসৰি, ৩০ মে’ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পৰ্ব শেষ হোৱাৰ পিছত তামিলনাডুৰ কন্যাকুমাৰীৰ বিবেকানন্দ ৰকত ধ্যানত বহিব মোদী। ১ জুনতে সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। আগন্তুক বৃহস্পতিবাৰে বিয়লি কন্যাকুমাৰীলৈ যাব মোদী। প্ৰায় ৫০০ মিটাৰ দূৰত সমুদ্ৰৰ ওপৰত অৱস্থিত বিবেকানন্দ ৰক। দেশ ভ্ৰমণৰ পিছত সমুদ্ৰৰ মাজৰ এই শিলাখণ্ডৰ ওপৰতে তিনিদিন ধ্যানমগ্ন আছিল স্বামী বিবেকানন্দ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.