Assamঅসমআঞ্চলিকদৈনিক বাতৰি

ৰাজ্যত অব্যাহত চোৰাং গৰুৰ অবাধ সৰবৰাহ….

ৰাজ্যত অব্যাহত চোৰাং গৰুৰ অবাধ সৰবৰাহ....

ৰাজ্যত অব্যাহত চোৰাং গৰুৰ অবাধ সৰবৰাহ

ন ন কৌশেলেৰে গৰু সৰবৰাহ সৰবৰাহকাৰীৰ

এবাৰ মাছৰ কাৰ্টনৰ তলত গো-সৰবৰাহৰ চেষ্টা

গোলকগঞ্জৰ ৰতিয়াদহ গো-ভৰ্তি জব্দ

বাহনখনৰ পৰা উদ্ধাৰ ৯টাকৈ চোৰাং গৰু

মৃত অৱস্থাত উদ্ধাৰ এটা গো-ধন

পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখি আছিল বাহনখন

অভিযানত গাড়ীখনৰ চালক-হেণ্ডিমেনক আটক

দুয়োকে গোলকগঞ্জ আৰক্ষীৰ সোধা-পোছা অব্যাহত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + seven =

Back to top button