অসমৰাজনৈতিক

গেৰুৱা বসন পৰিধান কৰিব ফণী তালুকদাৰে

AIUDF দলৰ পৰা পদত্যাগ ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰৰ

কংগ্রেছৰ পাছত এইবাৰ এ আই ইউ ডি এফ বিধায়কৰো আৰম্ভ হৈছে বিজেপি গমন। এ আই ইউ ডি এফৰ ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰে পদত্যাগ কৰিলে AIUDF দলৰ পৰা। শীঘ্ৰেই বিজেপিত যোগদান কৰিব ফণী তালুদকাৰে।

কিছুদিন ধৰি ৰাজনৈতিক মহলত চলি থকা চর্চাৰ অৱসান ঘটাই ১ ছেপ্তেম্বৰত বিজেপিত যোগদান কৰিব তালুকদাৰে। বিধায়ক পদৰ পৰাও পদত্যাগ কৰিব ফণী তালুকদাৰে।

ফণী তালুকদাৰ বিজেপিত যোগদান নিশ্চিত হোৱাৰ পাছত AIUDF বিধায়কৰ সংখ্যা হ্ৰাস পালে ১৫ লৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.