অসমৰাজনৈতিক

মাজুলীত ভূবন গামৰ ভুবন ভুলোৱা হাঁহি, ভংগ কৰিলে সৰ্বানন্দ সোণোৱালৰ পূৰ্বৰ অভিলেখ…

সৰ্বানন্দ সোণোৱালৰ জয়ৰ অভিলেখ ভংগ কৰিলে ভূবন গামে

ঘোষণা হ’ল মাজুলী উপ-নিৰ্বাচনৰ ফলাফল। দুই ৰাজনৈতিক দলৰ প্ৰাৰ্থীক পৰাস্ত কৰি মাজুলীত বৃহৎ জয় বিজেপি প্ৰাৰ্থী ভূবন গামৰ।

 

সৰ্বানন্দ সোণোৱালৰ জয়ৰ অভিলেখ ভংগ কৰিলে ভূবন গামে। ৪১,৭০০টা ভোটত জয়লাভ ভূবন গামৰ। পূৰ্বে ১৮,৯২৩টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱালে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.