অসমৰাজনৈতিক

ভূবন গাম নে চিত্তৰঞ্জন বসুমতাৰী, কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী?

পোষ্টেল বেলত পেপাৰত ৮ বজাৰে পৰা আৰম্ভ হ'ল ভোটগণনা

মাজুলী উপ-নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া। সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী কোন হ’ব তাকে লৈ অন্ত নাই উৎকণ্ঠাৰ।

আজি মাজুলীত নিৰ্ণয় হ’ব ৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পোষ্টেল বেলত পেপাৰত ৮ বজাৰে পৰা আৰম্ভ হ’ল ভোটগণনা। ১৭ খন টেবুলত ১৫ টা ৰাউণ্ডত চলিব এই ভোটগণনা। বৰ্তমানলৈকে অগ্ৰগতি বিজেপি প্ৰাৰ্থী ভূবন গামৰ। ১০ নম্বৰ ৰাউণ্ডত ভূবন গামে লাভ কৰিছে ৪৫,৬৭০টা ভোট। অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰিছে ১৬,৫৪৪টা ভোট , আনহাতে, SUCIৰ প্ৰাৰ্থী ভাইটি ৰিচনে লাভ কৰিছে ১,৬৩৩টা ভোট।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.