অসমগুৱাহাটী

শাৰীৰিক অক্ষমতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে। প্ৰমাণ কৰি দেখুৱালে নাৰায়ণপুৰৰ লিপিকা বৰাই।

হুইলচেয়াৰ খনকে সংগী কৰি লোৱা নাৰায়ণপুৰৰ লিপিকা বৰাৰ ফলাফলত উৎফুল্লিত পৰিয়াল বৰ্গ।

শাৰীৰিক অক্ষমতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে। এই কথা প্ৰমাণ কৰি দেখুৱালে নাৰায়ণপুৰৰ লিপিকা বৰাই। নাৰায়ণপুৰৰ লিপিকা বৰাৰ ঘৰত আজি উখল মাখল পৰিৱেশ। লিপিকাৰ ফলাফলত উৎফুল্লিত পৰিয়ালবৰ্গ।

হুইলচেয়াৰ খনকে সংগী কৰি লোৱা নাৰায়ণপুৰৰ লিপিকা বৰাৰ ফলাফলত উৎফুল্লিত পৰিয়াল বৰ্গ। দিনটোৰ অধিকাংশ সময়ে হুইলচেয়াৰত অতিবাহিত লিপিকাই শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত সুক্ষাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। নাৰায়ণপুৰৰ মাকোৱাৰী গাঁৱৰ জয়ন্ত বৰা আৰু বৰ্নালী বৰাৰ একমাত্ৰ কন্যা লিপিকাৰ ফলাফলক লৈ উৎফুল্লিত পৰিয়ালৰ লগতে অঞ্চলটোৰ লোক সকল। উল্লেখ্য যে শিক্ষাৰ সমান্তৰালকৈ সংগীতৰ চৰ্চাও অব্যাহত ৰখিছে লিপিকাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.