AssamCMO AssamHimanta Biswa Sarmaleatest updateSocial

অতিৰিক্ত কৰৰ বোজাৰে ভাৰাক্ৰান্ত ৰাজ্যবাসী; এইবাৰ ক’ত ক’ত ৰাজ্য চৰকাৰে লগালে কৰ?

বিহুৰ অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা উলিয়ালেও দিব লাগিব কৰ

পুনৰ জনতাৰ মূৰত মাধমাৰ ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰৰ নতুন নতুন কৰৰ বোজাৰে ভাৰাক্ৰান্ত ৰাজ্যবাসী।

সাংস্কৃতিক অনুষ্ঠানৰ বাবদ দিব লাগিব ৩০০ টকা
বিহুৰ অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা উলিয়ালেও দিব লাগিব কৰ
ৰাজনৈতিক অনুষ্ঠান, ৰেলী উলিয়ালে দিব লাগিব ২ হাজাৰ টকাকৈ
ৰাজনৈতিক জনসভা পাতিলেও দিব লাগিব কৰ
খেলৰ অনুষ্ঠান পাতিলে দিব লাগিব ২ হাজাৰ টকাকৈ
বাণিজ্য মেলা, খাদ্য মেলা আৰু এক্সপ’ৰ বাবে ৫ হাজাৰ টকা
বাটৰ নাট, সজাগতামূলক অনুষ্ঠানটো দিব লাগিব কৰ
থিয়েটাৰৰ শ্ব’ পাতিলে দিব লাগিব ৫ হাজাৰ টকা কৰ
দ্ৰোণ উৰুৱালে দিব লাগিব ৩ হাজাৰ টকা
বাণিজ্যিক নিৰ্মাণকাৰ্যৰ বাবে ৫০ হাজাৰ টকা
GMDAৰ এলেকাৰ বাহিৰৰ হ’লে ২৫ হাজাৰ টকা
গেছ এজেন্সী, পেট্ৰ’ল পাম্পে ভৰিব লাগিব ১০ হাজাৰ টকা কৰ
আতচবাজীৰ দোকান খুলিলে দিব লাগিব ২ হাজাৰ টকা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.