শ্ৰেণীবিহীন

বিশিষ্ট কবি, সমালোচক ৰবীন্দ্ৰ বৰা আৰু নাই

কবি ৰবীন্দ্ৰ বৰাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ

বিশিষ্ট কবি, সমালোচক ৰবীন্দ্ৰ বৰা আৰু নাই

৮৫ বছৰ বয়সত শেষনিশ্বাস কবিগৰাকীৰ

হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু

পত্নীসহ দুই কন্যাক এৰি গৈছে কবিগৰাকীয়ে

সম্প্ৰতি GMCHত আছে কবিগৰাকীৰ নশ্বৰদেহ

নিশা ১১ বজাত নৱগ্ৰহত শেষকৃত্য

ছগনলাল জৈন সাহিত্য বঁটাৰে সন্মানিত বৰা

অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল তেওঁ

কাব্য জগতৰ লগতে চুটী গল্পৰ ক্ষেত্ৰখনলৈও বিশেষ অৱদান

দীৰ্ঘদিনৰ প্ৰস্তুতিৰে, নিৰ্বাসিত সময় উল্লেখনীয় কাব্যগ্ৰন্থ

কবিগৰাকীৰ অন্যতম সৃষ্টি শইচৰ মানুহ, উত্তৰ প্ৰজন্ম, সতীৰ্থ দিন

আলি দোমোজা, অকলশৰীয়া ভয় উল্লেখযোগ্য গল্প সংকলন

কবি ৰবীন্দ্ৰ বৰাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.